Librería Samer Atenea
Kálamo Books
Librería Elías (Asturias)
Librería Kolima (Madrid)
Librería Proteo (Málaga)
’মথুৰালৈ যাত্ৰা কৰাৰ পিছত শ্ৰী কৃষ্ণ ব্ৰজলৈ কেতিয়াও উভতি নাহিল। কিন্তু মহাভাৰতৰ যুদ্ধৰ ভয়াবহতা শেষ হোৱাৰ পিছত, তেওঁ কোনোকে নোকোৱাকৈয়ে ব্ৰজলৈ যাত্ৰা কৰিলে। কিহে তেওঁক পুনৰ এবাৰ ৰাধাৰ সৈতে মিলিত হ’বলৈ ইমান অধীৰ কৰি তুলিছিল? ৰাধাৰ তেওঁক ক’বলৈ কিবা বাকী আছিল নেকি?- ড° নীলাম বৰ্মা